Anyayug Contributor এই ভোগবাদী পৃথিৱীৰ খেয়ালী কবিৰ কি কাম

ভোগবাদী পৃথিৱীত খেয়ালী কবি

প্ৰাঞ্জল কুমাৰ লাহন এই ভোগবাদী পৃথিৱীৰ খেয়ালী কবিৰ কি কাম কবিয়ে অকল কবিতাৰে পেট পূৰাব পাৰেনে কবিয়ে কবিতাত শব্দৰ যাদুৰে বহুজনৰ মন-প্ৰাণ ভৰাব পাৰে পিছে মন-প্ৰাণ ভৰিলেই জানো এই ভোগৰ পৃথিৱীত কবি সুখেৰে জীব পাৰে! ভোগৰ পৃথিৱীৰ অনেক উপাদানে আউল…