নীলমণি ফুকন : অন্তহীন ব্যাপ্তিৰ কবি
অৰিন্দম বৰকটকী জ্ঞানপীঠ বঁটা লাভ কৰি নীলমণি ফুকনে আমাৰ ভাষা-সাহিত্য আৰু অসমীয়া কবিতাক সৰ্বভাৰতীয় প্ৰেক্ষাপটত সন্মানীয় স্তৰত পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে৷ এই বঁটা ফুকনৰ ব্যক্তিগত প্ৰাপ্তি নহয়, ই তেখেতে সদায় কৈ অহা জাতিটোৰ ভাষাটোৰ কবিতালৈ সন্মান৷ নীলমণি ফুকনৰ কবিতা পঢ়িলে…