Anyayug Contributor অমৃতা প্ৰীতম ৰ গল্প The Stench of Kerosene

কেৰাচিনৰ গোন্ধ

 মূল : অমৃতা প্ৰীতমৰ গল্প The Stench of Kerosene অনুবাদ : পংকজ কুমাৰ নেওগ   গুলেৰীৰ মাক-দেউতাকৰ ঘৰ চাম্বাত৷ গিৰীয়েকৰ ঘৰৰ পৰা নামি যোৱা একা-বেঁকা পথটোৰে কেইমাইলমান নিলগত থকা চাম্বা গাঁওখন তাৰ পৰাই ভালকৈ দেখা পোৱা যায়৷ ঘৰলৈ মনত পৰিলেই গুলেৰীয়ে স্বামী…