Anyayug Contributor অমিত কুমাৰ কুণ্ড ( বাংলাদেশ)

অৰ্কৰ পৰীবন্ধু

মূল গল্পকাৰ : অমিত কুমাৰ কুণ্ড ( বাংলাদেশ) অসমীয়া ভাষান্তৰ : মিণ্টুল হাজৰিকা (লেখক পৰিচয় : ১৯৮৪ চনৰ ২৫ অক্টোবৰ তাৰিখে বাংলাদেশৰ ঝিনাইদহ জিলাৰ মহেশপুৰত জনপ্ৰিয় শিশু সাহিত্যিক অমিত কুমাৰ কুণ্ডুৰ জন্ম হৈছিল। দেউতাকৰ নাম অমল কুমাৰ কুণ্ডু আৰু মাকৰ…