Anyayug Contributor অভিজিত গগৈ

অন্য এটা দিনৰ বাবে

 অভিজিত গগৈ ছাঁত পৰি থকা কেঁচা খৰিবোৰ কোনোবাই ৰ’দাবলৈ আনিছে ৰছীৰ বান্ধ খুলি খৰিবোৰ এডালৰ পৰা আনডাললৈ দূৰত্ব বঢ়াই দিয়া হৈছে  সদায় অহাৰ দৰেই তাপমাত্ৰা বাঢ়ি আহিব ধৰিছে  বিচ্ছিন্ন হৈ যোৱা খৰিৰ ছালবোৰ প্ৰায় এৰি গৈছে   কাঠচিতীয়া বেলিৰ নিৰুদ্বেগ…