Anyayug Contributor অন্বেষী বৰা

জোখমাখ

 অন্বেষী বৰা   যুগলবন্দী বুলি ক’লে আপুনি বেজী-সূতাৰ কথা পাহৰিলে নহ’ব সঠিক জোখ-মাখেৰে বেজীৰ ফুটাইদি সৰকি অহা এডাল সূতা যুগলবন্দীৰ লক্ষ্য একেই, পথ একেই, ছন্দৰ লয়লাস গতিও একেই এনে এযোৰ বেজী-সূতা তলুৱাত খামুচি আপুনি বন্ধ কৰি যাব পাৰে সকলো পথ…

ধৃতৰাষ্ট্ৰৰ ডায়েৰী

অন্বেষী বৰা   মই ধৃতৰাষ্ট্ৰই কৈছোঁ। অন্ধত্বই উপহাৰ দিয়া দৃষ্টিহীনতা অথবা দৃষ্টিহীনতাত লুতুৰিপুতুৰি অন্ধত্ব, খেল মাথোঁ সংজ্ঞাৰ। বুজে, চমঝদাৰসকলে নিৰ্ভুলকৈ বুজে এই কথা। সেয়েহে আপোনাকো কওঁ, জাপ খাই থকা চকুবোৰ খুলি থওঁ আহক। চকু পিন্ধাৰ জোখাৰে মূল্যও যে দিব লাগিব!…

কোনেনো বুজায় ৰংমিলিক

অন্বেষী বৰা   ৰংমিলি এদিন আহিবি,  কেঁ‌চা আলিত সাৱধানে খোজ দিবি।  আলি ভাগিব, দুৱৰি মৰিব;  পাৰ ভঙা পানীৰ সঁ‌জাত নাই আঁ‌কৰী,  দুমুঠন বুকুত কিদৰে সামৰিবি?    দীঘল আবেলিবোৰত বহি ৰ’বি টঙীঘৰত।  ধান-মাহৰ ৰখীয়া হৈ গীত জুৰিবি, “হুৰ হুৰ বতা চৰাই…