কমলা সহ’নী: ভাৰতীয় জৈৱ ৰসায়নবিদ
অদিতি বেজবৰুৱা ভাৰতবৰ্ষৰ বাটকটীয়া মহিলা বিজ্ঞানীসকলে কৰিবলগীয়া হোৱা সংগ্ৰামৰ প্ৰতিনিধিত্ব কৰিছে কমলা ছহ’নীৰ জীৱন-কাহিনীয়ে৷ তেওঁৰ কৰ্মৰাজি, সাহস আৰু সফলতাই তেওঁৰ পাছৰ প্ৰজন্মৰ মহিলাসকলৰ কাৰণে বিজ্ঞানৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ দুৱাৰ মুকলি কৰি দিলে৷ ১৯৩৩ চনৰ কথা৷ সেই বছৰ বম্বে বিশ্ববিদ্যালয়ৰ…