বিধাতা
মূল (বাংলা) : বনফুল ভাবানুবাদ : পূৰৱী তালুকদাৰ বাঘৰ বৰ উপদ্ৰৱ৷ মানুহবোৰ অস্থিৰ হৈ পৰিল৷ গৰু, পোৱালি, শেষ পৰ্যন্ত মানুহো বাঘৰ কবলত পৰি মৰিবলৈ ধৰিলে৷ সকলোৱে তেতিয়া লাঠি, যাঠি, বন্দুক বাহিৰ কৰি বাঘটো মাৰি পেলালে৷ এটা বাঘ গ’ল, কিন্তু আকৌ…
মূল (বাংলা) : বনফুল ভাবানুবাদ : পূৰৱী তালুকদাৰ বাঘৰ বৰ উপদ্ৰৱ৷ মানুহবোৰ অস্থিৰ হৈ পৰিল৷ গৰু, পোৱালি, শেষ পৰ্যন্ত মানুহো বাঘৰ কবলত পৰি মৰিবলৈ ধৰিলে৷ সকলোৱে তেতিয়া লাঠি, যাঠি, বন্দুক বাহিৰ কৰি বাঘটো মাৰি পেলালে৷ এটা বাঘ গ’ল, কিন্তু আকৌ…
মূল : শ্বেল চিলভাৰস্টেইন (Shel Silverstein) অনুবাদ : দীপাঞ্জলি দেৱী সৰু ল’ৰাটোৱে ক’লে, “কেতিয়াবা মই চামুচখন হাতৰপৰা পেলাই দিওঁ” বুঢ়াজনে ক’লে, “ময়ো” ল’ৰাটোৱে ফুচফুচাই ক’লে, “মই পেণ্টতে পেচাৱ কৰোঁ” “ময়ো”, শিশুসুলভতাৰে বুঢ়াজনে হাঁহিলে ল’ৰাটোৱে ক’লে “মই প্ৰায়ে কান্দোঁ” বুঢ়াই…
মূল : THRESHOLD, ৰোণাল্ড বাইটান (Ronald Baytan, ফিলিপাইন) অনুবাদ : ড° ৰঞ্জিত দত্ত এটি ভয়ানক সঁচা প্ৰতিশ্ৰুতি আৰু নিৰলে বাঢ়ি অহা অনুশোচনাবোৰ বুকুত বান্ধি মই ৰৈ আছো অকলশৰে সেই আলি কেঁকুৰিতে এখন ৰিক্ত হৃদয়েৰে; আশাবোৰ এদিন জীৱনৰ এটি অভ্যাস বুলিয়েই লৈছিলোঁ ভাবিছিলোঁ–…
মূল (ইংৰাজী) : মাইকেল ডোনেঘী (আমেৰিকা যুক্তৰাষ্ট্ৰ) ভাবানুবাদ : যশোৱন্ত নিপুণ মই সোমাব পাৰোঁনে ? তোমাক নীৰৱে গুচি অহা মই দেখিছিলোঁ ৷ প্লেটৰ প্ৰথম আহাৰখিনিয়ে তোমাক দুখী কৰে, নহয়নে? মোক কিন্তু কৰে ৷ আৰু ককটেইল, কৌতুক … ইমান নিমগ্নতাপূৰ্ণ…
মূল : য়োচা বুছন (Yosa Buson) ভাবানুবাদ : প্ৰশান্ত মিশ্ৰ এহেজাৰ কেজি ওজনৰ মন্দিৰৰ এটা ঘণ্টাত এজনী পখিলা আহি পৰিলেহি আৰু নিঃশব্দে টোপনি গ’ল।
মূল : অমৃতা প্ৰীতমৰ গল্প The Stench of Kerosene অনুবাদ : পংকজ কুমাৰ নেওগ গুলেৰীৰ মাক-দেউতাকৰ ঘৰ চাম্বাত৷ গিৰীয়েকৰ ঘৰৰ পৰা নামি যোৱা একা-বেঁকা পথটোৰে কেইমাইলমান নিলগত থকা চাম্বা গাঁওখন তাৰ পৰাই ভালকৈ দেখা পোৱা যায়৷ ঘৰলৈ মনত পৰিলেই গুলেৰীয়ে স্বামী…
মূল (বাংলা) : ড° নিমৰ্ল দেবনাথ, ত্ৰিপুৰা অনুবাদ : হিল্লোলজ্যোতি সিংহ তোমাৰ চহৰে আজিও পুৰণি আঘাতৰ দাগ মচি পেলাব জনা নাই এতিয়াও অলপমান দেৱালত ৰৈ গৈছে সোঁৱৰণিৰ আঁচোৰ, ফলা পোষ্টাৰ প্লাষ্টাৰ খহি পৰা পুৰণি দিনৰ সাধু। তোমাৰ চহৰে…
মূল : When You Are Old by W.B. Yeats অনুবাদ : ৰঞ্জুমণি মহন্ত যেতিয়া বয়সে জুৰুলা কৰি তোমাৰ চুলিত ৰূপালী ৰহণ সানিব জুহালৰ কাষত কলমটিয়াই কলমটিয়াই তুমি এইখন পুথি তুলি ল’বা ধীৰে ধীৰে পঢ়ি যাবা আৰু মনত পেলাবা এসময়ত কিমান…
মূল : W.B. Yeats অনুবাদ : অনুভৱ তুলসী এইখন বুঢ়া-মেথাৰ দেশ নহয়৷ ডেকা-গাভৰু, যৌৱন ভৰুণ ইটে সিটে বাহুবন্ধনত, গছত চৰাই –সৌ মৃত্যুমুখী প্ৰজন্ম যত –গীত-মাত মুখৰ পাহাৰী-প্ৰপাতী চামন, মেকৰেল মেটমৰা সাগৰ উৰণ বুৰণ গজন ভ্ৰমণ, জীৱ মাত্ৰকে কৰ্মমগন হৈছে যত সৃজন, জন্মবেলা জন্মে, মৰণপৰত মৰে সব উদাসী…
মূল : W.B. Yeats অনুবাদ : অনুভৱ তুলসী [স্বৰ্ণযুগৰ ভাৰতৰ সৰুকৈ এটি মন্দিৰ৷ গাতে গা লগাই এখন উপবন, গাতে গা লগাই এক অটৱী৷ অনসুয়া সেই মন্দিৰৰ গাভৰু পূজাৰিণী, পূজাভংগীত নতজানু] অনসুয়া : দিয়া দিয়া শান্তি এই ধৰণীক, দিয়া শান্তি হালি জালি থকা ধানৰ ঠোকক৷…