ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ
মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা দ্বিতীয়খন চিঠি ভিয়াৰেগ্গ’, পিছাৰ সমীপত, ইটালী ৫ এপ্ৰিল, ১৯০৩ মোক আপুনি ক্ষমা কৰিব, কিয়নো আপুনি যোৱা ২৪ ফেব্ৰুৱাৰি তাৰিখেই পঠিওৱা চিঠিখনৰ কথা মোৰ আজিহে মনত পৰিছে৷ মই যোৱা সময়ছোৱাত শাৰীৰিক…