মই ডাঙৰ হৈ অহাৰ সময়ৰ
মূল (ইং.) লেংষ্ট’ন হিউজ : As I grew Older ভাষান্তৰ : ড০ দীপমণি দাস বহুদিন আগৰ কথা তেতিয়া মই মোৰ সপোনটো ঠিক পাহৰাৰ নিচিনাই তেতিয়াই , ঠিক সেই সময়তেই সপোন মোৰ সপোন উদ্ভাসিত মোৰ সন্মুখত যেন সূৰ্যৰ দৰেই ৰৌদ্ৰোজ্জ্বল আৰু…
মূল (ইং.) লেংষ্ট’ন হিউজ : As I grew Older ভাষান্তৰ : ড০ দীপমণি দাস বহুদিন আগৰ কথা তেতিয়া মই মোৰ সপোনটো ঠিক পাহৰাৰ নিচিনাই তেতিয়াই , ঠিক সেই সময়তেই সপোন মোৰ সপোন উদ্ভাসিত মোৰ সন্মুখত যেন সূৰ্যৰ দৰেই ৰৌদ্ৰোজ্জ্বল আৰু…
অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || ৰঘুবংশ : অধ্যয় ১|| ৬১) হে মন্ত্ৰকুশল! আপোনাৰ অদৃশ্য শত্ৰুবিনাশন মন্ত্ৰই নিৰন্তৰ বিনাশ কৰে মোৰ শতৰু সৰ্বত্ৰ । শত্ৰুবিনাশী মোৰ শৰে ভেদ কৰে মাথোঁ দেখা পাওঁ যাক আপোনাৰ মন্ত্ৰশক্তিৰ বলত ভেদ কৰিছোঁ বহু অদৃশ্য…
অনুবাদ – কৌস্তুভমণি শইকীয়া দত্ত (যোৱা সংখ্যাৰ পিছৰ পৰা) প্ৰথম অধ্যায় ৩৬) শ্ৰুতিমধুৰ আৰু গম্ভীৰ শব্দযুক্ত একেখনি ৰথত গমন কৰিলে দুয়ো আশ্ৰমলৈ বুলি দেখি এনে লাগে যেন বাৰিষাৰ মেঘমালাত ঐৰাৱত আৰু বিজুলী । স্নিগ্ধগম্ভীৰনির্ঘোষমেকং স্যন্দনমাশ্রিতৌ | প্রাবৃষেণ্যং পয়োবাহং বিদ্যুদৈৰাবতাবিব ||…
মূল (বাংলা) : প্ৰমিতা ভৌমিক সংকলন আৰু অনুবাদ : উৎপল দত্ত (শ্ৰীভৌমিক বাংলা ভাষাৰ কবি আৰু চিত্ৰ পৰিচালক ৷ তেখেতে পৰিচালনা কৰা ‘পৰিচয়’ নামৰ ছবিখনে দেশ-বিদেশৰ পৰা সুনাম কঢ়িয়াইছে৷) কিছুমান স্মৃতি বাৰে বাৰে ঘূৰি আহে। ঠিক তেনেদৰে ময়ো বাৰে বাৰে কিছুমান স্মৃতিৰ…
মূল: Thomas Hood-ৰ The Bridge of Sighs অনুবাদ : মাধৱ দাস আৰু এগৰাকী দুৰ্ভগীয়া তিৰোতাই তিক্ত জীৱনৰ পৰা মৃত্যু পথলৈ গতি কৰিলে। আলসুৱাকৈ তাইক তুলি আনা সযত্নে তাইক স্পৰ্শ কৰা। তাইৰ পোছাকযোৰ আছিল অতি ক্ষীণ তাই আছিল পূৰ্ণ যৌৱনা সুন্দৰী।…
মূল ইংৰাজী : ৱাল্ট হুইটমেন অনুবাদ : মাধৱ দাস (আমেৰিকাত পূৰ্বতে কিছুমান ৰাজ্যত দাস প্ৰথাৰ প্ৰচলন আছিল। দাস বেপাৰীবোৰে আফ্ৰিকাৰ পৰা বনৰীয়া জন্তু ধৰাৰ দৰে কৃষ্ণাঙ্গ লোকসকলক ধৰি আনিছিল আৰু তেওঁলোকক গৰু-ছাগলীৰ দৰে বজাৰত বিক্রী কৰিছিল। বগা মানুহবোৰে এই কৃষ্ণাঙ্গ লোকসকলক…
অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত ৰজা দীলিপ ১১) যিদৰে বেদৰ আদি শব্দ ওঙ্কাৰ ধ্বনি সিদৰে পৃথিৱীৰো আদিম অধিপতি বৈৱস্বত পুত্ৰ মনু মনীষীসকলৰো মাননীয় যি । বৈবস্বতো মনুর্নাম মাননীয়ো মনীষিণাম্ | আসীন্মহীক্ষিতামাদ্যঃ প্রণবশ্ছন্দসামিব || ১-১১|| ১২) চন্দ্ৰ উদয় হোৱাৰ দৰে ক্ষীৰসমুদ্ৰত…
ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ ড° তপোধীৰ ভট্টাচাৰ্য (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা ড॰ ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ…
কৌস্তুভমণি শইকীয়া দত্ত অনুবাদৰ আনুষংগিক কিছু প্ৰসিদ্ধ চৰিত্ৰ অসাধাৰণ। যুগে যুগে মানুহৰ দ্বাৰা অৰ্চিত, পূজিত। উদাহৰণস্বৰূপে ঈক্ষ্বাকুবংশীয় ৰজা ৰামচন্দ্ৰ। কিন্তু এই বিশেষ চৰিত্ৰটো জনমানসত অৱতাৰী পুৰুষ নহ’লহেঁতেন যদিহে ৰামায়ণ নামৰ এক অসাধাৰণ সাহিত্য-কৰ্মৰে বাল্মীকিয়ে ৰামৰ জীৱন চৰিত আৰু তেওঁৰ বংশৰ…
মূল : টি. এছ. এলিয়ট অনুবাদ : এম. কামালুদ্দিন আহমেদ বাৰুকৈয়ে ৱে’বষ্টাৰ মৃত্যুৰে আছিল আচ্ছন্ন আৰু দেখিছিল লাওখোলা ছালৰ তলৰ; আৰু মাটিৰ তলত স্তনহীন জীৱ পাছফালে হাউলি ওঁঠ নোহোৱা ডাঙৰ হাঁহি৷ গাঁঠিৰ সলনি ডেফ’ডিলৰ ঠাৰিটোৱে চকুৰ কোটোৰৰপৰা একেথিৰে আছিল চাই;…