Category গল্প

কাদম্বিনী

 আকাশ দীপ্ত ঠাকুৰ          কাচৰ দুৱাৰখনৰ এটা অংশ ঠেলা মাৰি সোমাই আহোঁতেই মনলৈ এটা অস্বস্তিকৰ অনুভৱ আহে; ইতিমধ্যে সোমাই থকা মানুহখিনিৰ দুই-একে চায়– নতুনকৈনো কোন সোমাল৷ এই যে অস্বস্তিৰ ধাৰণাটো… যেন বৃহৎ সুসজ্জিত ৰভাৰে সৈতে বিয়াঘৰ এখনৰ ওচৰ পোৱাৰ লগে লগে…

এটি অনন্য ভ্ৰমণ কাহিনী

 নৱনীতা ভট্টাচাৰ্য্য দ্বিতীয় খণ্ড   ভিতৰলৈ আহি আইতাই যতনাই দিয়া গাখীৰ আৰু বিস্কুট খালোঁ। মাহঁতে পাকঘৰত সোমাই জলপানৰ যোগাৰ কৰিবলৈ ধৰিলে, মই চোতালৰ কোণত বান্ধি থোৱা ছাগলীটোৰ ওচৰলৈ গ’লোঁ৷ তাইৰ ওচৰতে ওলমাই থোৱা কঁঠালৰ ডালটোৰ পৰা কঁঠালৰ পাত দুখিলামান ছিঙি…

হৃদয় বাঙ্ময়

 ববিতা কলিতা  বৰ্ণৰ জ্যামিতিক ভাঁজবোৰৰ পৰা সৰীসৃপ এটাৰ দৰেই গা পিছলাই ওলাই আহে এলিজাবেথ৷  শব্দৰ শতৰঙী ব্যঞ্জনাক উটুৱাই দিয়ে তাই নৈঃশব্দৰ নদীত৷  বিশ্বব্যাপ্ত সাত সহস্ৰাধিক ভাষা আৰু সেইসমূহৰ ঠাল-ঠেঙুলিয়ে সৃষ্টি কৰা বিভাজনৰ জালিকাখনৰ পৰা আজি-কালি সুৰুঙা পালেই ওলাই আহিব বিচাৰে…

সমৃদ্ধি সনাতনী

 পৰিস্মিতা বৰদলৈ   ৰান্ধনী বেলিটোৱে দুপৰৰ আকাশখনত মুঠি মুঠি ৰং সিঁচি দিছে আৰু এয়া তাই সকলো কাম সামৰি থৈ তাইৰ প্ৰিয় খিৰিকীখনৰ ওচৰত ৰৈছেহি৷ এই সময়খিনিত তাই নিজক বিচাৰি পায়,  আচলতে নিজক বিচাৰি লয়। কেতিয়াবা তাই খিৰিকীখনৰ আনটো পাৰে এটা…

লোকেল ব’হাগ

(কল্পবিজ্ঞানভিত্তিক গল্প)  ৰঞ্জু শৰ্মা    সময় : 2030 চন স্থান : গুৱাহাটী, এসময়ত মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা অথচ এতিয়া মৰাসুঁতিৰ দৰে এলাগী হৈ পৰি থকা ফাঁচী বজাৰৰ এখন অত্যাধুনিক শ্ব’ৰূমৰ পদূলি।   বতৰ: প্রাক্‌ বহাগৰ এটি উৰুঙা দুপৰীয়া।…

এমা ছুঞ্ছ

মূল : হৰ্হে লুই বৰ্হেছৰ Emma Zunz ইংৰাজী অনুবাদ : এণ্ড্ৰু হাৰ্লীৰ Emma Zunz অসমীয়া অনুবাদ: নয়নজ্যোতি শৰ্মা ১৯২২ চনৰ ১৪ জানুৱাৰি তাৰিখে এমা ছুঞ্ছে টাৰবুখ আৰু লোইৱেণ্টালৰ কাপোৰৰ মিলটোৰ পৰা উভতি আহি পদূলিৰ এমূৰত এখন চিঠি পৰি থকা দেখা…

বিভ্রমৰ জগতত এটা সেউজীয়া গল্প

  পল্লৱী কৌশিক শৰ্মা : ডেনড্ৰ’ফাইল! যদি মই ভুল নহয়, শব্দটো এইটোৱেই আছিল ন? মানে তোমাৰ দৰে ট্ৰি-লাভাৰবোৰক এই বুলিয়েই নকয় জানো ! গছৰ পুলিটো আলফুলে বিশাখাৰ হাতত তুলি দি, তাইৰ তিৰবিৰাই উঠা চকুযুৰিলৈ দৰক লাগি চাই ৰ’ল গীতাৰ্থই। আজি তাইৰ…

একুৱেৰিয়ামৰ মাছ

 ড° স্মৃতিমালা শৰ্মা     “হেপ্পি ফ্ৰেণ্ডশ্বিপ ডে ৷”  “মইতো তোমাৰ ফ্ৰেণ্ড নহয়। আমি কালিহে চিনাকি হৈছোঁ। মোক কিয় উইছ কৰিছা?”  আৰণ্যকৰ উত্তৰত থতমত খালে সুগন্ধিয়ে। ভদ্ৰতা বুলি কোনো কথাই নাই। এনেকুৱা অদ্ভুত মানুহো থাকেনে? বন্ধু হ’বলৈ কোনে কৈছে? শুভেচ্ছা…

বিমূৰ্ত মোৰ নিশাটি যেন…

অসীম তালুকদাৰ  কিছুমান বস্তুৰ কথা সহজে পাহৰিব নোৱাৰি৷ যেনে জীৱনৰ প্ৰথম ফোনটো৷ মই প্ৰথম ম’বাইল ফোন খুব সম্ভৱ ২০০১ বা ২০০২ চনত লৈছিলোঁ৷ সেই সময়ত মই ইঞ্জিনিয়াৰিং কলেজৰ অন্তিম বৰ্ষৰ ছাত্ৰ আছিলোঁ৷ সেই ন’কিয়া ফোনটো প্ৰথমবাৰ হাতত লৈ যিমান স্ফূৰ্তি…

অৰণ্যাৰ্ত

 ববিতা কলিতা   খবৰ পাইছেনে? মই হেনো মৰিছোঁ!  মোৰ মৃত্যুৰ সংবাদ মই নিজেই পঢ়িছোঁ৷ মৰিবৰ কাল জানো মোৰ হৈছিল? অকাল মৃত্যুৰ কথা দেখোন মোৰ সোঁৱৰণিতো লিখা নাছিল৷ তথাপি মই মৰি থাকিলোঁ৷ মোৰ অপূৰ্ণ আশাৰ অস্থিবোৰ সামৰি-সুতৰি মাটিৰ টেকেলি এটাত সুমুৱাই…