তিনিগৰাকী গল্পলেখক, তিনিখন গল্প সংকলন
ড° বিৰিঞ্চি কুমাৰ দাস অসমীয়া সাহিত্য জগতত সম্প্ৰতি বহুত নতুন নতুন গল্পকাৰৰ আগমন ঘটিছে আৰু নিজৰ প্ৰকাশিত গল্প সংকলনৰ জৰিয়তে তেওঁলোকৰ অনেকেই ইতিমধ্যে সচেতন পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষমো হৈছে। বহু কেইগৰাকী উদীয়মান গল্পকাৰে গল্প কথনৰ স্বকীয় ভংগিমা আয়ত্ত…