হাত
ছালমা জামান চকুলোৰে গাৰু তিতি যোৱা ৰাতিবোৰত তোমালোকৰ কথা বৰকৈ মনত পৰে। চকুলোৰ সতে সান্নিধ্য মোৰ নতুন নহয়। ইমানদিনে ৰাতি-ৰাতি উজাগৰে থকাটো মোৰ অভ্যাসতে পৰিণত…
ছালমা জামান চকুলোৰে গাৰু তিতি যোৱা ৰাতিবোৰত তোমালোকৰ কথা বৰকৈ মনত পৰে। চকুলোৰ সতে সান্নিধ্য মোৰ নতুন নহয়। ইমানদিনে ৰাতি-ৰাতি উজাগৰে থকাটো মোৰ অভ্যাসতে পৰিণত…
যশোৱন্ত নিপুন নৈশ বাছখনত উঠি ওপৰত বেগটো ৰাখি নিজৰ ছীটটোত বহাৰ আগতে বাছখনৰ আগে-পিছে চালোঁ ৷ কেনে ধৰণৰ সহযাত্ৰীৰ লগত জীৱনৰ কেইটামান ঘণ্টা পাৰ কৰিব লাগিব সেইটো জানিবলৈ মোৰ সদায় মন যায় ৷ আধামান ছীট তেতিয়াও খালি ৷ অলপ পাছত…
পৰিস্মিতা বৰদলৈ “শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দগোপকুমাৰায় গোৱিন্দায় নমো নমঃ নমঃ পংকজনাভায় নমঃ পংকজ মালিনে নমঃ পংকজনেত্ৰায়ে নমস্তে পংকজাংঘ্ৰয়ে বসুদেৱসুতং কৃষ্ণং কংসছাণুৰমৰ্দনম দৈৱকীহৃদয়ানন্দং কৃষ্ণং বন্দে জগত গুৰু হৰি ৰাম ৰাম ৰাম৷ ” মিঠাতেলৰ চাকিটোৱে পোহৰাই তুলিছে কৃষ্ণৰ…
অসীম তালুকদাৰ চেলিব্ৰিটিবোৰ যেনে– খেল জগতৰ তাৰকা, চিনেমাৰ অভিনেতা-অভিনেত্ৰী, শিক্ষা তথা অন্যান্য দিশতো শীৰ্ষত আৰোহণ কৰা ব্যক্তিসকলৰ প্ৰতি সাধাৰণ মানুহৰ কিবা এক অনামী আকৰ্ষণ জাগি উঠে ৷ আমাৰ দৰেই তেজ-মঙহৰ মানুহ বুলি জানিও তেনে ব্যক্তিসকলে দৈনন্দিন জীৱনত কি কৰে,…
পাপৰি গোস্বামী (গল্পটি ফ্ৰানজ্ কাফকাৰ বিখ্যাত ‘দ্য মেটামৰফছিছ’ নামৰ গল্পটিৰ অনুকৰণত লিখিবলৈ প্ৰয়াস কৰা হৈছে৷) কিবা এক অৱসাদে গোটেই দেওবাৰটো ঘেৰি ৰাখিলে কবীৰক ৷ কেনিও…
তৃপ্তি বৰা মৃত শৰীৰ এটাৰ অংগ সঞ্চালন নোহোৱাৰ দৰেই মৃত মন এটাতো কোনো ধৰণৰ সঞ্চালন নাথাকে৷ নিঃসংগ মানুহবোৰৰ বুকুবোৰ একোখন তাপত দহি থকা মৰুভূমি৷ একাকিত্ব মোৰ বাবে আশীৰ্ৱাদ নে অভিশাপ, এই প্ৰশ্নটোৰ উত্তৰ মোৰ বাবে আজিও দুৰ্বোধ্য৷ বহুপৰ একেলেথাৰিয়ে বহি…
নিজৰা ৰাজকুমাৰী – ১৯৯০ চনত কলিয়াবৰ মহকুমাত হোৱা বৰষুণৰ পৰিমাণ আছিল ১৯৭৩.৬ মিলিমিটাৰ, ১৯৯১-ত ২১১৫.৩ ৷ ১৯৯২-ত কিন্তু আগৰ দুবছৰতকৈ বৰষুণৰ পৰিমাণ বহুত কম৷ – এই উঁৱলি যোৱা কাগজ-পত্ৰসোপা খুটিয়াই খুটিয়াই তই ক’ব খুজিছ যে, মোৰ জন্মৰ বছৰটো তহঁতৰ কলিয়াবৰৰ বাবে…
লোপামুদ্ৰা ভট্টাচাৰ্য (১) বাতৰিকাকতখন মেলি লৈছোঁ ৷ প্ৰথম পৃষ্ঠাৰ ওপৰৰ শিৰোনামটোত চকু পৰিল৷ “ঋণৰ ধনেৰে হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণ৷ পেট্ৰ’ল ডিজেলত পুনৰ আৰোপ হ’ব ‘ভেট’৷ ” মোৰ চেলাউৰি কোঁচ খাই আহিল৷ বুলেট ট্ৰেইনৰ দৰে বস্তুৰ দাম বাঢ়ি অহাৰ বাতৰিবোৰ পঢ়িলে মোৰ গাটো পুৰি…
ববিতা কলিতা সৃষ্টিবিজ্ঞানৰ বহুচৰ্চিত “বিগ-বেং” তত্ত্বটোলৈ হঠাৎ মনত পৰি গ’ল চুমলেনৰ৷ এটা বিন্দুত কেন্দ্ৰীভূত সেই উত্তাপ, সেই ঘনত্ব, সেই এককত্বৰ কল্পনাতীত বৃহৎ স্তুপটোৰ প্ৰসাৰণে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাথমিক বিকাশৰ ধাৰণা দিয়া তত্ত্বটোক সি মানুহ বাস কৰা ক্ষুদ্ৰ গোলকটোৰ সৈতে ৰিজাই চালে৷…
পাপৰি গোস্বামী আকাশখনে ঢুকি পোৱালৈকে কেৱল নীলা আৰু নীলা…। দূৰৈৰ শান্ত যেন লগা নীলাভাগ ক্ৰমাৎ ওচৰলৈ অহাৰ লগে লগে চঞ্চল হৈ পৰে। যেন বোকোচাত উঠাৰ প্ৰতিযোগিতাহে ইটো সিটো ঢৌৰ…। কাষৰৰ শিলবোৰত ঠেকা খাই পুনৰাই উচাৎ মাৰি নিজ নিজ প্ৰান্তলৈ…