ধৰ্ম
যশোৱন্ত নিপুণ ধৰ্মক মই প্ৰথম লগ পাইছিলোঁ পাঁচ বছৰমান আগতে৷ মই হাতত গাখীৰৰ পেকেট এটা লৈ ভাৰাৰ ফ্লেটলৈ খটখটী বগাম আৰু৷ সি সুধিছিল, “ছাৰ আপোনাক গাখীৰ লাগে নেকি? ময়ে দি যাব পাৰোঁ।” বিল্ডিংটোলৈ অহা মোৰ এসপ্তাহমানহে হৈছিল৷ মই তালৈ…
যশোৱন্ত নিপুণ ধৰ্মক মই প্ৰথম লগ পাইছিলোঁ পাঁচ বছৰমান আগতে৷ মই হাতত গাখীৰৰ পেকেট এটা লৈ ভাৰাৰ ফ্লেটলৈ খটখটী বগাম আৰু৷ সি সুধিছিল, “ছাৰ আপোনাক গাখীৰ লাগে নেকি? ময়ে দি যাব পাৰোঁ।” বিল্ডিংটোলৈ অহা মোৰ এসপ্তাহমানহে হৈছিল৷ মই তালৈ…
মূল : এণ্টন চেখভৰ ‘A CHAMELEON’ অনুবাদ : পংকজ কুমাৰ নেওগ বজাৰখনৰ মাজেৰে ইন্সপেক্টৰ ওচুমেলভে পাক এটা মাৰিছিল। গাত তেওঁৰ এটা নতুন অভাৰকোট আৰু কাষলতিৰ তলত এটা সৰু টোপোলা। পিছে পিছে ৰঙাচুলীয়া চিপাহী এজনো গৈছিল; তেওঁৰ হাতত আছিল বজাৰৰ পৰা বাজেয়াপ্ত কৰা ফল-মূলৰ…
মূল : হাৰুকি মুৰাকামি ইংৰাজী অনুবাদ : JAY RUBIN(ON SEEING THE 100% PERFECT GIRL ONE BEAUTIFUL APRIL MORNING) অনুবাদ : বিদ্যুৎ বিকাশ শর্মা এপ্ৰিল মাহৰ এটা উজ্জ্বল ৰাতিপুৱা৷ টকিঅ’ চহৰৰ হাৰাজুকু নামৰ এক অভিজাত অঞ্চলৰ সুৰুকীয়া ৰাস্তা এটাত…
পদ্মজা বৰুৱা মহন বগৰীটিং আৰু চটৌখোৱা – দুয়োখন গাঁৱৰ মাজৰ আকাশখিনিত বুৰ যাব খোজা হেঙুলীয়া বেলি, মাজে মাজে জুৰকৈ বলা শীতল এছাটি বতাহ, বতাহত তগৰ ফুলৰ মৃদু সুৱাস, ওচৰৰ কাৰোবাৰ ঘৰৰ পৰা ভাহি অহা ঢোল-তালৰ অমিল ছন্দ (সম্ভৱতঃ কোনো সৰু ল’ৰাই বজাইছে) সকলো…
বেদান্ত নাথ (১) “পৃথিৱীৰ প্ৰেমে মোক দেউলীয়া কৰিলে” ওপৰলৈ মূৰ কৰি চকু দুটা বন্ধ কৰি থোৱা ল’ৰাজনৰ চকুৰ পৰা বৈ অহা নীলা চকুৰ পানীত তলৰ ওঁঠৰ পৰা ডিঙিলৈকে ডুব গৈ আছে৷ চকুৰ পানীৰ পৰা দুখন ক’লা শীৰ্ণ হাত…
মুনমী দত্ত হাজৰিকা সেই দুখন হাতেই মোক এই ঠাইলৈ আনিছিল যি দুখন হাতেৰে তেওঁ চন্দন কাঠৰ চিতাত সেই লাওখোলাটো তুলি দিছিল৷ মৰাণ বুঢ়াৰ কথা কৈছোঁ৷ সেই যে কলিয়াই আনি দিয়া ‘নজনা বীৰৰ মূৰ’ আতৌ পুতৌকৈ চন্দন কাঠৰ চিতাত…
গীতিমণি গোস্বামী(বৰঠাকুৰ) চুপতি মাৰিবলৈ ভাল নিৰ্মলৰ লগত … কথাবিলাক ইয়াত বুৰবুৰণি ওলায়৷ য’ত বুৰবুৰণি থাকে, তাত নিৰৱতাবোৰো কথা৷ যদিওবা মাজে মাজে নিস্তব্ধতা আহে তথাপি তাত পতা কথাবোৰেই ভিতৰখন খান্দে৷ বহু সময়লৈকে কথাবোৰ জিনজিনাই থাকে৷ কাঁহৰ বাতি এটা পকাত পৰি…
অংগনা ভট্টাচাৰ্য্য হেৰেমৰ সুদৃশ্য কক্ষটোৰ আলোকসজ্জাবোৰ আজি মোৰ বজ্ৰপাতৰ ভয়াৰ্ত পোহৰৰ খেল যেন লাগিছে৷ উতলি অহা শৰীৰৰ তেজক শান্ত কৰিব নোৱাৰি মই উদ্ভ্ৰান্ত হৈ পৰিছোঁ৷ বিশাল কক্ষটোৰ ইফালৰ পৰা সিফাললৈ খৰখেদাকৈ খোজকাঢ়িও মই নিজকে সম্বৰণ কৰিব পৰা নাই৷ কি…
ববিতা কলিতা পাহাৰীয়া গাঁওখনলৈ শীত নামিছে৷ কুঁৱলিত কঁপি থকা গাঁওখনৰ ধূসৰ ছবিখনলৈ মূৰ তুলি চাইছে চাৰিকুৰি বসন্ত গৰকি অহা বাইৰাণ চাংমাই৷ “আজিও ৰ’দ নোলাব! নোলাবইতো৷ চালজং দেৱতা যে ৰুষ্ট হৈ আছে৷” আকাশখনলৈ চাই কৈ উঠে বুঢ়া মানুহজনে৷ পিছে ৰ’দ…
পল্লৱী মহন্ত ইমানৰ পাছতো কি ভালপোৱা থাকি যায়! আপোন বুলি বুকুত ৰৈ যায়! যন্ত্ৰণাৰ নৈখন বৈ থাকে ৷ অহৰহ… শেষ ক’ত? শেষ? বৰষুণৰ গল্প… ৰাতিপুৱাৰে পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণজাকে গছবোৰ ধুই নিছে৷ বৰষুণত সমস্ত যন্ত্ৰণা ধুই…